देश
সুৰক্ষিত অসম সুৰক্ষিত উত্তৰ পূব
আজি তিনিচুকীয়া চহৰৰ তিনিচুকীয়া আয়ুক্ত কাৰ্যালয় সন্মুখত বৃহত অৱস্থান ধৰ্মঘট
নদীৰ বান্ধৰ উপৰত বৃহৎ নদী বান্ধ বিৰোধী মঞ্চৰ উদ্যোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহন কৰে তিনিচুকীয়া জিলাৰ সমিতি ডিব্ৰুগড় জিলা সমিতি লগতে বিভিন্ন ৰাজনৈতিক দল অসম জাতীয় পৰিষদ, ৰাইজৰ দল , অসম কংগ্ৰেছৰ, মহিলা সমিতি লগতে উত্তৰ পূবৰ অৰুণাচল প্ৰদেশৰ নদী বান্ধ বিৰোধী মঞ্চৰ।
উত্তৰ পূবৰ লোহীত ,দিবাং নদীৰ ওপৰত চৰকাৰে নিৰ্মাণ কৰি থকা বান্ধ সমূহে অসমৰ লগতে অৰুণাচল প্ৰদেশৰ ক্ষতিগ্ৰস্ত হব এই ক্ষেত্ৰত অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰক দাবী জনাই নদী বান্ধ বিৰোধী মঞ্চয় এই বিদ্যুৎ প্ৰকল্প সমূহ বন্ধ কৰিবৰ বাবে ।